Narendra Modi @narendramodi
উনবিংশ শতিকাৰ অসমীয়া অভিধানসমূহৰ অন্যতম 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণৰ এটা প্ৰতিলিপি পাই আনন্দিত হৈছো। ব্ৰেইল সংস্কৰণ প্ৰকাশৰ বাবে শ্ৰীযুত জয়ন্ত বৰুৱা আৰু তেওঁৰ দলক এই প্ৰচেষ্টাৰ বাবে মই প্ৰশংসা জনাইছো। https://t.co/46R7d3zIY7 — PolitiTweet.org