
Narendra Modi @narendramodi
যোৱা কেইবাদিনো ধৰি প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত অসমৰ ভিন্ন প্ৰান্তত বানপানীৰ উদ্ভৱ হৈছে। কেন্দ্ৰীয় চৰকাৰখনে অবিৰতভাৱে অসমৰ এই পৰিস্থিতি নিৰীক্ষণ আৰু এই প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। — PolitiTweet.org