
Narendra Modi @narendramodi
সদ্য অনুষ্ঠিত পৌৰসভাৰ নিৰ্বাচনত অসমৰ সমূহ জনগণে BJP আৰু সহযোগী দলৰ প্ৰতি দেখুওৱা অকৃত্ৰিম মৰমৰ বাবে কৃতজ্ঞতা জনাইছো৷ ইয়াৰ জৰিয়তে দলটোৰ বিকাশৰ এজেণ্ডাৰ প্ৰতি তেওঁলোকৰ আস্থা প্ৰদৰ্শিত হৈছে৷ জনসাধাৰণৰ সৈতে সেৱা আগবঢ়োৱা কাৰ্যকৰ্তা তথা তেওঁলোকৰ প্ৰয়াসৰ বাবে মই প্ৰশংসা জনাইছো৷ — PolitiTweet.org
Himanta Biswa Sarma @himantabiswa
The grand victory of @BJP4Assam in the #AssamMunicipalElection reflects the trust of all sections of the society in… https://t.co/O3GqlDvTWN