Deleted No
Hibernated Yes
Last Checked June 18, 2022

Created

Wed May 12 07:17:46 +0000 2021

Likes

15,217

Retweets

2,173

Source

Twitter Web App

View Raw Data

JSON Data

View on Twitter

Likely Available
Profile Image

Narendra Modi @narendramodi

অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰী হোমেন বৰগোহাঞি স্মৰণীয় হৈ ৰ'ব। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া জনজীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল। তেওঁৰ দেহাৱসানে মৰ্মাহত কৰিছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। ঔম শান্তি। — PolitiTweet.org

Posted May 12, 2021 Hibernated