
Narendra Modi @narendramodi
অসমৰ ৰাইজে আকৌ এবাৰ এন ডি এৰ উন্নয়নৰ এজেণ্ডা আৰু ৰাজ্যত আমাৰ চৰকাৰৰ জনকল্যাণমূলক কামৰ ট্ৰেক ৰেকৰ্ডক আশীৰ্বাদ দিলে। এই আশীৰ্বাদৰ বাবে মই অসমৰ ৰাইজক ধন্যবাদ জনাইছো। মই এন ডি এৰ কাৰ্যকৰ্তাসকলৰ কঠোৰ শ্ৰম আৰু ৰাইজৰ সেৱাত তেওঁলোকৰ অক্লান্ত প্ৰয়াসক প্ৰশংসা কৰিছো। — PolitiTweet.org