Deleted No
Hibernated Yes
Last Checked June 18, 2022

Created

Wed Mar 17 14:44:51 +0000 2021

Likes

12,971

Retweets

2,327

Source

Twitter for iPhone

View Raw Data

JSON Data

View on Twitter

Likely Available
Profile Image

Narendra Modi @narendramodi

কাইলৈ, ১৮ মাৰ্চত অসমত থাকিম। কৰিমগঞ্জৰ ৰেলীৰ সময়ত এই মহান ৰাজ্যৰ জনসাধাৰণৰ মাজত থকাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছো। বিগত ৫ বছৰত বিভিন্ন খণ্ডত অসমে বহুতো যোগাত্মক পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। এই উন্নয়নৰ কাৰ্যাৱলী আগুৱাই নিয়াৰ বাবে এন ডি এই ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। — PolitiTweet.org

Posted March 17, 2021 Hibernated