Deleted No
Hibernated Yes
Last Checked June 18, 2022

Created

Tue Mar 16 11:37:47 +0000 2021

Likes

11,296

Retweets

2,301

Source

Twitter Web App

View Raw Data

JSON Data

View on Twitter

Likely Available
Profile Image

Narendra Modi @narendramodi

শ্রী হিৰণ্য বৰাৰ দ্বাৰা ৰচিত গ্ৰন্থ 'চন্দ্ৰপ্ৰভা-দ্য আইৰণ লেডী অৱ আসাম'ৰ এটি কপী গ্ৰহণ কৰি অতি আনন্দিত হৈছো। এই গ্ৰন্থত মহান চন্দ্ৰপ্ৰভা শইকিয়ানীৰ জীৱন গাঁথা সন্নিৱিষ্ট কৰা হৈছে, যিয়ে অসমৰ প্ৰগতি, সামাজিক সংস্কাৰ আৰু নাৰী সবলীকৰণত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। https://t.co/UEMVURMjMP — PolitiTweet.org

Posted March 16, 2021 Hibernated