Deleted No
Hibernated Yes
Last Checked June 18, 2022

Created

Sat Feb 06 12:26:05 +0000 2021

Likes

12,096

Retweets

2,467

Source

Twitter Web App

View Raw Data

JSON Data

View on Twitter

Likely Available
Profile Image

Narendra Modi @narendramodi

বিশ্বনাথ আৰু চৰাইদেউত দুখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। ই অসমৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি উন্নত কৰাত অৰিহণা যোগাব। যোৱা কিছুবছৰত ৰাজ্যখনে স্বাস্থ্যসেৱা খণ্ডত দ্ৰুত উন্নতি সাধন কৰিছে। ই কেৱল অসমকে নহয় সমগ্ৰ উত্তৰ-পুৰ্বাঞ্চলক লাভান্বিত কৰিছে। — PolitiTweet.org

Posted Feb. 6, 2021 Hibernated