Narendra Modi @narendramodi
কাইলৈ পুৱা মই অসমৰ জনসাধাৰণৰ মাজত থাকিম। শিৱসাগৰৰ এক অনুষ্ঠানত ১.০৬ লাখ ভূমি পট্টা/আবণ্টন প্ৰমানপত্ৰ বিতৰণ কৰা হ'ব। মহান ৰাজ্য অসমৰ অধিকাৰ আৰু অনন্য সংস্কৃতি ৰক্ষাৰ বাবে সম্ভৱপৰ সকলো কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । — PolitiTweet.org