Narendra Modi @narendramodi
বড়ো সংগঠনৰ সৈতে হোৱা বুজাবুজিয়ে অসমৰ লগতে দেশৰ অন্য হিংসা প্ৰভাৱিত অঞ্চলসমূহলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। হিংসা আৰু ভয়ৰপৰা মুক্ত সুস্থ পৰিৱেশৰ মাজতহে দেশৰ প্ৰগতিক আগুৱাই নিব পাৰি। মই সুখী যে- এতিয়া শান্তিত চামিল হোৱা বড়ো ভাই-ভনীসকলে অসমৰ প্ৰগতিৰ যাত্ৰাক নতুন গতি দিব পাৰিব। — PolitiTweet.org