Narendra Modi @narendramodi
বাপুজীৰ এই পুণ্য তিথিত অসমত যোৱা ৫ দশক ধৰি চলি অহা বড়ো সমস্যাৰ সমাধান হৈছে। বড়ো সংগঠন আৰু চৰকাৰৰ মাজত হোৱা বুজাবুজিয়ে অসমৰ একতা, অখণ্ডতাক অধিক শক্তিশালী কৰিলে। হিংসা পৰিহাৰ কৰি গণতন্ত্ৰ আৰু সংবিধানৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ বাবে বড়ো সতীৰ্থসকলৰ সিদ্ধান্তক মই আদৰণি জনাইছোঁ। — PolitiTweet.org