Narendra Modi @narendramodi
অসমৰ ভাতৃ-ভগ্নীসকলক মই আশ্বাস দিছোঁ- CAB গৃহীত হোৱাৰ পিছত আপোনালোক অলপো শংকিত হ'ব নালাগে। আপোনালোকৰ অধিকাৰ, সুকীয়া পৰিচয় আৰু বাৰেবৰণীয়া সংস্কৃতি কোনোৱেই কাঢ়ি নিব নোৱাৰে। এয়া সদায়েই জিলিকি থাকিব আৰু প্ৰসাৰিত হ'ব। — PolitiTweet.org